Site icon Guwahati Times

মৰিয়নীত নগাৰ উপদ্ৰৱ৷

নগা দুবৃৰ্ত্তৰ দলে বন্ধ কৰোৱালে অসমৰ M.G NREGA চৰকাৰী কাম৷ মৰিয়নীৰ ৬১ নং কাটনী গাঁও পঞ্চায়তৰ অন্তৰ্গত নাগাজাংকা উদয়পুৰত M.G NREGA ৰ ২০২১ আৰু ২০২২ বৰ্ষৰ অধীনত ভোগদৈ নদী লৈ যোৱা পথ মুকলি কৰি থকা সময়ত কাষৰীয়া নগা বস্তুিৰ পৰা অহা এদল নগা দুবৃত্তই কাম কৰি থকা শ্ৰমিকক কাম বন্ধ কৰিবলৈ দাবীধমকি প্ৰদান কৰা লগতে ভাবুকি প্ৰদান কৰে।M.G NREGA ৰ চৰকাৰী কামত এনেদৰে ভাবুকি প্ৰদান কৰাক লৈ সম্পত্তি তিব্ব প্ৰতিক্ৰিয়া সৃষ্টি হৈছে মৰিয়নীত।

 

ইতিমধ্যে স্থানীয় পঞ্চায়ত সভাপতি অপূৰ্ব শইকীয়াই এই বিষয়ে বিভাগীয় বিষয়া সকলক অৱগত কৰিছে যদিও নগাৰ ভয়ত সংকীৰ্ণমনা শ্ৰমিক সকল ৷

Exit mobile version