Site icon Guwahati Times

Nagaon || জুৰীয়া চামধৰাৰ বৰনামঘৰত , বৰনামঘৰ খেল সমিতিৰ সৌজন্যত সপ্তদহ বৰ্ষত সাতদিনীয়া ভাগৱত পাঠৰ আয়োজন কৰা হয়

জুৰীয়া চামধৰাৰ বৰনামঘৰত , বৰনামঘৰ খেল সমিতিৰ সৌজন্যত সপ্তদহ বৰ্ষত সাতদিনীয়া ভাগৱত পাঠৰ আয়োজন কৰা হয়
নগাঁও জিলাৰ জুৰীয়া চামধৰাৰ বৰনামঘৰত , বৰনামঘৰ খেল সমিতিৰ সৌজন্যত সপ্তদহ বৰ্ষত সাতদিনীয়া ভাগৱত পাঠৰ আয়োজন কৰা হয় ৷ এই ভাগৱত পাঠত ভক্তি ৰসত আপ্লুত হৈ সকলো ভক্ত প্ৰাণ ৰাইজে বিলীন হৈ যোৱা পৰিলক্ষিত হৈছে ৷ ২৪ বহাগ ৮মেৰ পৰা আৰম্ভ হোৱা এই ভাগৱত পাঠ ৩০ বহাগ ১৪ মে লৈকে চলি থাকিব আৰু উক্ত ভাগৱত পাঠত ৰাইজৰ উপস্থিতি একান্ত ভাবে কামনা কৰিছে নামঘৰ তথা ভাগৱত পাঠ পৰিচালনা সমিতিয়ে ৷

জুৰীয়াৰ পৰা পদুম ভূঞা

Exit mobile version