Site icon Guwahati Times

নগাঁও জিলা পুথিভড়ালৰ পেক্ষাগৃহত বিশাল ঋণ মেলা অনুষ্ঠান

আজি নগাঁও জিলা পুথিভড়ালৰ পেক্ষাগৃহত নগাঁও, মৰিগাঁও, কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং জিলাৰ ভাৰতীয় ষ্টেট বেংকৰ উদ্যোগত আত্ম সহায়ক গোটৰ বিশাল ঋণ মেলা অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত আত্ম সহায়ক গোট সমূহক স্বাৱলম্বীতাৰ দিশত আগবাঢ়িবৰ হেতু বৃহৎ ধনৰাশিৰ ঋণ প্ৰদান কৰা হয়৷উক্ত কাৰ্যসূচীত উপস্থিত থাকে ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ পূৰ্বাঞ্চলৰ মূখ্য প্ৰবন্ধক ভীন সেন এম ডি,জিলা পৰিষদৰ মুখ্য কায্যবাহী বিষয়া অনন্ত গগৈ। শস্য উৎপাদনৰ বাবে, আধুনিক কৃষিৰ বাবে উচ্চ ঋণৰাশি তথা বিভিন্ন কামৰ বাবে ১১১টা আত্ম সহায়ক গোটত ঋণ প্ৰদান কৰে বুলি জানিবলৈ দিয়ে৷

Exit mobile version