Site icon Guwahati Times

দেওবাৰে নগাঁও আৰক্ষীৰ জালত পৰিছিল এটা ঠগ প্ৰবঞ্চক…

দেওবাৰে নগাঁও আৰক্ষীৰ জালত পৰিছিল এটা ঠগ প্ৰবঞ্চক।

নগাঁৱৰ আৰক্ষীয়ে গুৱাহাটীৰ ৮মাইলৰ পৰা আটক কৰিছিল ঠগ প্ৰবঞ্চকটোক

আৰক্ষীয়ে আটক কৰা ঠগ প্ৰবঞ্চকটোৰ নাম আছিল মিন্টু হাজৰিকা।

মিন্টু হাজৰিকা নামৰ ঠগ প্ৰবঞ্চকটোৱে নগাঁৱৰ বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, মন্ত্ৰী পিয়ুষ হাজৰিকা আৰু বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোঁহাইৰ ঘনিষ্ঠ বুলি নিজকে চিনাকি দি নগাঁৱত মেলিছিল চাকৰিৰ নামত ক’লা বজাৰ।

আজি উক্ত ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ ব্যক্তিগত সচিব বিকি ভৰদ্বাজে

Exit mobile version