Site icon Guwahati Times

নগাঁৱত ছাত্ৰ সন্থা নেতাৰ ফেচবুক একাউন্ট হে’ক; টেগ কৰিলে অশ্লীল ভিডিও

নগাঁৱত ছাত্ৰ সন্থা নেতাৰ ফেচবুক একাউন্ট হে’ক ।

দক্ষিণ পশ্চিম নগাঁৱৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহসাধাৰণ সম্পাদক জোনটি মাৰ্গৰ ফেচবুক একাউন্ট হে’ক কৰিলে কোনো দুৰ্বৃত্তই।

ছাত্ৰ নেতা জনৰ ফেচবুক একাউন্ট হে’ক কৰি ছাত্ৰ সন্থাৰ বিভিন্ন সদস্যৰ লগতে বিভিন্ন ব্যক্তিক হে’ক কৰা ফেচবুক একাউণ্টটোৰ পৰা টেগ কৰিলে অশ্লীল ভিডিও।

সমস্ত ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে নগাওঁ সদৰ থানাত এক গোচৰ ৰুজু কৰিছে ছাত্ৰ সন্থাৰ নেতা জোনটি মাৰ্গে।

Exit mobile version