Site icon Guwahati Times

নগাঁৱৰ বিশিষ্ট সমাজসেৱক মুকুট ভূঞাৰ পৰলোক…

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু মুকুট চন্দ্ৰ ভূঞাৰ।

নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে মুকুট ভূঞাই।

শংকৰ সংঘৰ প্ৰতিষ্ঠাপক সভাপতি লোকসেৱক হলধৰ ভূঞাৰ পুত্ৰ মুকুট ভূঞা।

মুকুট ভূঞাৰ মৃত্যুত নগাঁৱত গভীৰ শোকৰ ছাঁ।

Exit mobile version