Site icon Guwahati Times

নগাঁও আৰক্ষীৰ জালত দুই কুখ্যাত ডকাইত…

ধৃত দুই ডকাইতৰ নাম মইনুল হক আৰু নৱাজ উদ্দীন।

মইনুল হকৰ বাসগৃহৰ মাটিৰ তলত পুতি থোৱা অৱস্থাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে সোণৰ আ-অলংকাৰ।

নিশা নগাঁও আৰক্ষীয়ে ছোট হয়বৰগাঁওত চলাইছিল এই অভিযান।

আনটো ডকাইত নৱাজ উদ্দীনক আৰক্ষীয়ে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰিছে।

নৱাজ উদ্দীন পেছাত এজন গাড়ী চালক বুলি জানিব পৰা গৈছিল।

Exit mobile version