Site icon Guwahati Times

নগাঁও জিলাৰ দগাঁৱৰ শ্ৰী শ্ৰীবালি ভূঁই বৰ এলেঙ্গী সত্ৰৰ প্ৰাক্তন সত্ৰাধিকাৰ বাসুদেৱ গোস্বামীৰ ইহলীলা সম্বৰণ।

যোৱা নিশা শ্ৰী শ্ৰী বালি ভূঁই বৰ এলেঙ্গী সত্ৰৰ প্ৰাক্তন সত্ৰাধিকাৰ বাসুদেৱ গোস্বামী আমাৰ মাজত আৰু নাই। যোৱা কালি সন্ধিয়া ৭. ৪৫ বজাত প্ৰাক্তন সত্ৰাধিকাৰ গৰাকী স্বৰ্গগামী হয় ৷ মৃত্যুৰ সময়ত প্ৰাক্তন সত্ৰাধিকাৰ গৰাকীৰ বয়স হৈছিল ১০৩ বছৰ। প্ৰাক্তন সত্ৰাধিকাৰ বাসুদেৱ গোস্বামী দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল। প্ৰাক্তন সত্ৰাধিকাৰ গৰাকীৰ বিয়োগত জুৰীয়া আৰু দগাঁৱত গভীৰ শোকৰ ছাঁ পৰিছে ৷

Exit mobile version