Site icon Guwahati Times

সমষ্টি পুনৰ্নিদ্ধাৰণ সন্দৰ্ভত নগাঁৱত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ মন্তব্য…

সমষ্টি পুনৰ্নিদ্ধাৰণ সন্দৰ্ভত নগাঁৱত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ মন্তব্য।

নিৰ্বাচন আয়োগে স্বতন্ত্ৰভাৱে কাম কৰে। নিশ্চয় সকলো চায়েই এই খচৰা প্ৰস্তুত কৰিছে।

সমষ্টি পুনৰ্নিদ্ধাৰণে খিলঞ্জীয়াৰ ক্ষতি নকৰে।

কংগ্ৰেছে উচ্চতম ন্যায়ালয়লৈ যাব বিছাৰিছে যাওঁক।

সাধাৰণ ৱাৰ্ড এটা সলনি হ’লেই প্ৰতিক্ৰিয়া হয়। সমষ্টি সলনি হলে নিশ্চয় প্ৰতিক্ৰিয়া হ’ব।

জনবিন্যাস অনুসৰি সমষ্টি পুনৰ্নিদ্ধাৰণ হৈছে।

Exit mobile version