Site icon Guwahati Times

হয়বৰগাঁও চলচলিত চাঞ্চ্যল্যকৰ ঘটনা; এজনক লক্ষ্য কৰি গুলি চালনা..

হয়বৰগাঁও চলচলিত চাঞ্চ্যল্যকৰ ঘটনা। এজনক লক্ষ্য কৰি গুলি চালনা।
ব্যৱসায়িক লক্ষ্য কৰি গুলি চালনা দূৰ্বৃত্তৰ।

হাফিজুৰ ৰহমান নামৰ এজন ব্যৱসায়িক লক্ষ্য কৰি গুলি চালনা।

হাফিজুৰ ৰহমান সোণাইঘাট চলচলিৰ জন ঔষধী কেন্দ্ৰৰ স্বত্বাধিকাৰী বুলি জানিব পৰা গৈছে।

আজি সন্ধিয়া অনুমান ৮:৩০ বজাত চলচলিত থকা প্ৰধান মন্ত্ৰী ভাৰতীয় জন ঔষধী কেন্দ্ৰৰ সম্মুখতে ব্যৱসায়ী জনক গুলি কৰা বুলি জানিব পৰা গৈছে।

ব্যৱসায়ী হাফিজুৰ ৰহমানৰ পিঠিত গুলি লগা বুলি জানিব পৰা গৈছে।

Exit mobile version