Site icon Guwahati Times

ড্ৰাগছ, তীৰৰ ব্যৱসায়ত জড়িত কংগ্ৰেছ নেতা…

ড্ৰাগছ, তীৰৰ ব্যৱসায়ত জড়িত কংগ্ৰেছ নেতা।

কংগ্ৰেছ নেতা জেহিৰুল ইছলামৰ বিৰুদ্ধে এই অভিযোগ।

কংগ্ৰেছ নেতা ফকৰুদ্দিন আহমেদে নগাঁও প্ৰেছক্লাৱত আয়োজন কৰিলে সংবাদমেলৰ।

ডাকৰঘাট গাঁও পঞ্চায়তত জেহিৰুলে সংঘটিত কৰিছে ব্যাপক দূৰ্নীতি।

দূৰ্নীতিৰ টকাৰে নগাঁৱত চলাইছে ড্ৰাগছ আৰু তীৰৰ বেহা।

দূৰ্নীতিৰ বিৰুদ্ধে আৰটিআই সকলক ব্লেকমেইলিঙৰ অভিযোগত ৰঙা ঘৰলৈ পঠায় জেহিৰুলে।

তীৰ মাফিয়া বাবুল আলীৰ লগ হৈ জেহিৰুলে নগাঁৱত চলাইছে অসামাজিক কাৰ্যকলাপ।

জেহিৰুলে কলংকিত কৰিছে নগাঁৱৰ সংবাদমাধ্যমকো।

ব্লেকমেইলিং কৰাৰ বাবে নগাঁৱত খুলিছে ৱেবপৰ্টেল।

আনন্দ মিশ্ৰৰ দিনত আত্মগোপন কৰিছিল জেহিৰুলে।

পিছে লীনা দলেৰ কাৰ্যকালত পুনৰ প্ৰভাৱশালী হৈ উঠে জেহিৰুল।

নিজে ড্ৰাগছৰ ব্যৱসায় কৰা জেহিৰুলে নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অভিযানৰ নাটক কৰে।

জেহিৰুলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী ফকৰুদ্দিনৰ।

Exit mobile version