Site icon Guwahati Times

বুধবাৰে নগাঁৱৰ কলংপাৰ বিদ্যাপীঠত আয়োজন কৰা হয় এখনি স্মৃতিচাৰণ সভা।

বুধবাৰে নগাঁৱৰ কলংপাৰ বিদ্যাপীঠত আয়োজন কৰা হয় এখনি স্মৃতিচাৰণ সভা।

নগাঁৱৰ বিশিষ্ট শিক্ষাবিদ তথা সমাজকর্মী হৰেশ্বৰ দেৱ গোস্বামীৰ পৱিত্ৰ সোৱৰণত অনুষ্ঠিত কৰা হয় স্মৃতিচাৰণ সভা খন।

অসমৰ প্ৰাক্তন মন্ত্ৰী গিৰিন্দ্ৰ কুমাৰ বৰুৱাই সভাপতিত্ব কৰে স্মৃতিচাৰণ সভাখনিৰ।

উক্ত সভাখনত হৰেশ্বৰ দেৱ গোস্বামীক মৃত্যুৰ সময়ত সহায় কৰা মঃ হজৰত আলিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

মানৱ আৰু মনৱতাক ভাল পোৱা মঃ হজৰত আলিক গামোচা আৰু চেলেং দিয়াৰ উপৰিও তেখেতক প্ৰদান কৰা হয় এখনি সম্বৰ্ধনা পত্ৰ।

Exit mobile version