Site icon Guwahati Times

নগাঁৱৰ ছলচলিৰ গুলীচালনাৰ ঘটনাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ আন এক অভিযুক্তক…

নগাঁৱৰ ছলচলিৰ গুলীচালনাৰ ঘটনাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ আন এক অভিযুক্তক।

গ্ৰেপ্তাৰ হাম এক গ্রুপৰ অধ্যক্ষ হাইদৰ আলী।

হাইদৰ আলীৰ বিৰুদ্ধে উত্থাপন হৈছিল গুলীচালনাত জড়িত থকাৰ অভিযোগ।

সোমবাৰে নিশা নগাঁৱৰ ছলচলিত সংঘটিত হৈছিল এই ঘটনা।

সোমবাৰে নিশাই গ্ৰেপ্তাৰ হৈছিল হাইদৰ ভাতৃ ইনামূল হাছান।

শুক্ৰবাৰে আদালতত হাজিৰ কৰি হাইদৰ আলীক পুনৰ জিম্মাত লয় নগাঁও আৰক্ষীয়ে।

Exit mobile version