Nagaon Students protest in street against Citizenship Amendment Bill.

নাগৰিকত্ব সংশোধনী বিধায়ক বাতিলৰ দাবীত ৰাজপথ কপালে নগাঁৱৰ ছাত্ৰ-ছাত্ৰীয়ে 👉নগাঁও আৱৰ্ত ভৱনৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত 👉 নগাঁও আইন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ৰাজপথত অৱস্হান গ্ৰহণ কৰি বিভিন্ন শ্ল’গান দি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী কৰে ৷ 👉ইফালে নগাঁও মহাবিদ্যালয় ছাত্ৰ একতা সভাই সকলেও জাতিধ্বংসী বিধেয়কখন বাতিলৰ দাবীত ১২ ঘন্টীয়া অনশন কাৰ্যসুচী পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ৷

Leave a Reply

Your e-mail address will not be published. Required fields are marked *