Site icon Guwahati Times

আৰক্ষীৰ জালত অসাংবিধানিক স্বামী

নগৰবেৰাত আৰক্ষীৰ জালত তিনি অসাংবিধানিক স্বামী, এজন অভিভাৱক আৰু এজনকৈ মুন্সী/জোনাৱ। বাল্য বিবাহৰ সতে জড়িত থকাৰ বাবেই আটক মুঠ পাঁচজনক। যোৱা নিশা নগৰবেৰা আৰক্ষীয়ে বাল্য বিবাহৰ সতে জড়িত থকাৰ অভিযোগত মুঠ পাঁচজনক আটক কৰিবলৈ সক্ষম হয়। আটক কৰাসকল ক্ৰমে মেহেবুল ইছলাম (২২) পিতা-মহিৰুদ্দিন, ছাজাহান আলী (২২), পিতাঃ প্ৰয়াত ৰশ্চিদ আলী, চেনীমাৰা, শান্তিপুৰ, মফিজুল হক (২২) পিতাঃ আবু তালেব আহমেদ, ভখুৰাদিয়া, মহিশখুটি, মহিৰুদ্দিন (৫১) পিতাঃ প্ৰয়াত মুচলিমউদ্দিন নায়টৰ, নগৰবেৰা আৰু শ্বৰিফ আলী মুন্সি (৬৫) পিতা-মুজাপ্ফৰ আলী, নায়টৰ। আটাইকে নগৰবেৰা আৰক্ষীয়ে আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে।

Exit mobile version