🔴 গোচৰৰ তদন্তৰ নামত মহিলাক আতিশয্য
🔴 নলবাৰী জিলাৰ বেলশৰৰ শিঙিমাৰী আৰক্ষী চকীৰ IC মোহন দলেক নিলম্বন।
🔴 মহিলাগৰাকীৰ গোচৰৰ ভিত্তিত নিলম্বিত হ’ল ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া।
🔴 আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে 128/2023 নম্বৰত 166/166A/354A IPC ধাৰাত গোচৰ ৰুজু।
গোচৰৰ তদন্তৰ নামত মহিলাক আতিশয্য!

