Site icon Guwahati Times

নাজিৰাত ড্ৰাগছৰ বিৰূদ্ধে আৰক্ষীৰ অভিযান

নাজিৰাত ড্ৰাগছৰ বিৰূদ্ধে আৰক্ষীৰ অভিযান

ড্ৰাগছ সহ কৰায়ত্ব দুই ড্ৰাগছ সৰবৰাহকাৰী।

চেপন চুণপোৰা পথত খেদি খেদি কৰায়ত্ত কৰে দুই ড্ৰাগছ সৰবৰাহকাৰী আব্দুল আব্বাৰ আৰু আশীষ শৰ্মাক।

দুয়োৰে জিম্মাৰপৰা ব্ৰাউন ছুগাৰৰ লগতে জব্দ ড্ৰাগছ সৰবৰাহ কৰা কন্টেইনাৰ।

দুটা মবাইল ফোনো জব্দ আৰক্ষীৰ।

নাজিৰাৰ মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্ত , নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভৱেন দাস আৰু শিমলুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যৌথভাৱে চলিছিল অভিযান।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট।।

Exit mobile version