Site icon Guwahati Times

নাজিৰাত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থা প্ৰতিবাদী কাৰ্যসূচী

সমগ্ৰ ৰাজ্যৰ লগতে নাজিৰাত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ আহ্বানত দিনযোৰা কাৰ্যসূচীৰে সৰ্বাত্মক কৰ্মবিৰতি পালন কৰে।


আজি নাজিৰা মহকুমাৰ ন্যায়িক দণ্ডাধীশ আদালতৰ সম্মুখীন চৰকাৰলৈ কেইবা দফীয়া দাবী জনায় সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ বিষয়ববীয়া সকলে কৰ্মবিৰতি পালন কৰে।
তেওঁলোকৰ দাবী সমূহ

Bench clerk grade প্ৰথম, দ্বিতীয়, তৃতীয় বৰ্গৰ পদ আজিলৈকে সৃষ্টি কৰা নহ’ল।
পদোন্নতি ক্ষেত্ৰত ২৫% চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক সুবিধা দিয়া হোৱা নাই।
পদ অনুসৰি স্নাতক হাৰত দৰমহা প্ৰদান কৰা
চতুৰ্থ শ্ৰেণীৰ একাংশ কৰ্মচাৰীক আৰম্ভণিৰে পৰা গ্ৰেড পে প্ৰতিমাহে ৩৯০০/ ৰ ঠাইত ৪৪০০/ টকা ধাৰ্য কৰা।
ন্যায়িক কৰ্মচাৰীৰ বিসংগতি পূৰ্ণ দৰমহা গাঁঠনি ঠিক কৰা। এনেদৰে কেইবাটাও দাবী জনায় নাজিৰাত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট।।

Exit mobile version