কাৰ্বি আংলং জিলাৰ পৰা শিৱসাগৰ জিলাৰ নাজিৰাৰ অগ্নিনাভ মন্দিৰলৈ পদযাত্ৰা এজন ভক্তৰ।
কাৰ্বি আংলং জিলাৰ বৈঠালাংছৰ পৰা হেমন্ত নাথে নিজৰ পুত্ৰৰ আশু আৰোগ্য কামনাৰে সূৰ্দীঘ ৬দিন পদযাত্ৰাৰে অতিক্ৰম কৰি আহি নাজিৰাৰ অগ্নিনাভ মন্দিৰত উপস্থিত হয়।
সামাজিক মাধ্যমত অগ্নিনাভ বাবাৰ মহিমাৰ কথা জানিব পাৰি হেমন্ত নাথে নিজ পুত্ৰৰ আশু আৰোগ্য কামনাৰে পদযাত্ৰাৰে আজি আহি নাজিৰাৰ অগ্নিনাভ মন্দিৰত উপস্থিত হয়।

