Site icon Guwahati Times

নাজিৰাৰ গেলেকীৰ হাতীপটিৰ নামদাং নদীত মহিলাৰ মৃত*দেহ উদ্ধাৰ

নাজিৰাৰ গেলেকীৰ হাতীপটিৰ নামদাং নদীত মহিলাৰ মৃত দেহ উদ্ধাৰ ৷

নামদাং নদীত উপঙি থকা অৱস্থাত উদ্ধাৰ মহিলা গৰাকীৰ দেহ ৷

মহিলা গৰাকী গেলেকী বগীচাপৰিৰ দশৰী লাইক দুসাদ বুলি জানিব পৰা গৈছে ৷

মহিলা গৰাকী কালিৰে পৰা নিৰুদেশ হৈ আছিল ৷

ঘটনাস্থলিত গেলেকী আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷

Exit mobile version