Site icon Guwahati Times

নাজিৰাৰ গেলেকী ন-আলি ব্ৰাহ্মণ গাঁৱত শ্ৰী শ্ৰী বিষ্ণু যজ্ঞ ও বাৰ্ষিক ফল্গূৎসৱ উদযাপন।

নাজিৰাৰ গেলেকী ন-আলি ব্ৰাহ্মণ গাঁৱৰ শ্ৰী শ্ৰী গোপাল মন্দিৰৰ প্ৰাঙ্গনত ছয়দিনীয়াকৈ শ্ৰী শ্ৰী বিষ্ণু যজ্ঞ ও বাৰ্ষিক ফল্গূৎসৱ উদযাপন।উপস্থিত নাজিৰা সমষ্টিৰ বিধায়ক।
গেলেকী ন-আলি ব্ৰাহ্মণ গাঁৱৰ শ্ৰী শ্ৰী গোপাল মন্দিৰৰ প্ৰাঙ্গনত ছয়দিনীয়াকৈ শ্ৰী শ্ৰী বিষ্ণু যজ্ঞ ও বাৰ্ষিক ফল্গূৎসৱ উদযাপন কৰা হৈছে,এই কাৰ্য্যসূচীত অংশ লয় নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই।
বিশ্বশান্তি তথা ভাতৃত্ববোধ অক্ষুন্ন থকাৰ উদ্দেশ্যে আগত ৰাখি লগতে সমাজৰ অপায় অমংগল দূৰ কৰিবৰ বাবে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিব দিছে ।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত|

Exit mobile version