চেন্নাইলৈ কাম বিচাৰি যোৱাৰ পৰিকল্পনা কৰিছিল তিনিওৱে৷ এজনৰ পৰা উদ্ধাৰ কৰা হৈছে আধাৰকাৰ্ড৷ ইয়াৰে এজনে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ কৰিছিল ভাৰতত৷
ভাৰতত প্ৰৱেশ কৰা ৩ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ