Site icon Guwahati Times

উচ্চতৰ মাধ্যমিক-মহাবিদ্যালয়ত নামভৰ্তি সন্দৰ্ভত শিক্ষা বিভাগৰ জৰুৰী নিৰ্দেশ

ৰাজ্যৰ শিক্ষা বিভাগৰ জৰুৰী নিৰ্দেশ। চৰকাৰী শিক্ষানুষ্ঠানত নামভৰ্তিৰ মাচুল ছাত্ৰ-ছাত্ৰী পৰা ল’ব নোৱাৰিব। উচ্চতৰ মাধ্যমিক আৰু মহাবিদ্যালয়ৰ অধ্যক্ষলৈ শিক্ষা বিভাগে জাৰি কৰিছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৷

উল্লেখ্য যে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক উৰ্ত্তীণ ছাত্ৰ-ছাত্ৰীৰ নাম ভৰ্তি অন্‌লাইন যোগে সম্পন্ন হ’ব।ছাত্ৰ-ছাত্ৰীৰ পৰা অন্‌লাইনত কোনো মাচুল ল’ব নোৱাৰিব।

প্ৰাদেশিকৃত আৰু চৰকাৰী আদৰ্শ মহাবিদ্যালয়লৈ এই নিৰ্দেশ প্ৰদান বিভাগৰ।

ক’ভিড সৃষ্ট পৰিবেশৰ বাবে চলিত বৰ্ষত অন্‌লাইন পদ্ধতিত নামভৰ্তি প্ৰক্ৰিয়া সম্পন্ন হ’ব।

Exit mobile version