Site icon Guwahati Times

এতিয়া হেলিকপ্টাৰেৰে যাব পাৰিব ফুৰিবলৈ; আৰম্ভ হল পৱনহংসৰ হেলিকপ্টাৰ সেৱা।

আজিৰে পৰা অসমত পৱনহংস লিমিটেডে আৰম্ভ কৰিব হেলিকপ্টাৰ সেৱা (Pawan Hans Helicopter Service)। উড়ান আঁচনিৰ অধীনত ৬টাকৈ স্থানলৈ চলিব এই হেলিকপ্টাৰ সেৱা। ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, গুৱাহাটীলৈ চলিব পৱনহংসৰ হেলিকপ্টাৰ। প্ৰথম অৱস্থাত সপ্তাহৰ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে উপলব্ধ হ’ব এই সেৱা। পৰৱৰ্তী সময়ত অৰুণাচল প্ৰদেশতো আৰম্ভ কৰা হ’ব পৱনহংসৰ হেলিকপ্টাৰ সেৱা।

Exit mobile version