Site icon Guwahati Times

অসমলৈ দুদিনীয়াকৈ আহিছে বাগেশ্বৰ বাবা, পুৱা কামাখ্যা মন্দিৰ দৰ্শন কৰিলে বাগেশ্বৰ বাবাই

অসমলৈ দুদিনীয়াকৈ আহিছে বাগেশ্বৰ বাবা।

পুৱা কামাখ্যা মন্দিৰ দৰ্শন কৰিলে বাগেশ্বৰ বাবাই।

মঙলবাৰে মহাৰাষ্ট্ৰৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈছিল ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী ওৰফে বাগেশ্বৰ বাবা।

Exit mobile version