26.8 C
Assam
Tuesday, June 28, 2022

Featured News

Assam’s Nobojit Narzary is DID Little Masters Season 5 winner

Dance India Dance Li'l Masters Season 5 concluded...

অসমৰ বন্যাৰ্তলৈ ২৫ কোটি টকাৰ বান সাহায্য আম্বানীৰ

অসমৰ বান বিধ্বস্ত লোকসকলৈ দেশৰ বিভিন্ন প্ৰান্তৰ...
Home Blog Page 2

নগাঁৱৰ খালৈগাঁৱত “চাইক’মেট্ৰিক যোগ কেন্দ্ৰ” মুকলি

0

নিউজ ব্যুৰ’,নগাঁও,২৫জুন:– নগাঁও জিলা যোগ সন্থাৰ সৌজন্যত হাতীচোং মৌজাত শুক্ৰবাৰে “চাইক’মেট্ৰিক যোগ কেন্দ্ৰ” নামৰে যোগ,প্ৰাণায়ম আৰু প্ৰাকৃতিক চিকিৎসাৰ অনুষ্ঠান এটি মুকলি কৰা হয় ।

এই উপলক্ষে খালৈগাঁৱৰ চৰ্দাৰ বল্লভভাই পেটেল প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত খাগৰিজান খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সিদ্ধাৰ্থ কুমুদ গগৈয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে। এই কেন্দ্ৰটিৰ শুভাৰম্ভণি উপলক্ষে সমাজকৰ্মী শিৱজ্যোতি মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত খাগৰিজান খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সিদ্ধাৰ্থ কুমুদ গগৈ, হাতীচোং মহাবিদ্যালয়ৰ অধ্যক্ষ লুইত হাজৰিকা,আন্তঃৰাষ্ট্ৰীয় যোগ ৰেফাৰী,অসম যোগ সংস্থাৰ সাধাৰণ সম্পাদক তথা যোগ গুৰু প্ৰভাত চন্দ্ৰ বৰা,অৱসৰপ্ৰাপ্ত কৃতী প্ৰধান শিক্ষয়িত্ৰী লিলি সন্দিকৈ, কাকমাৰী গাঁও পঞ্চায়তৰ সভাপতি লক্ষ্যজ্যোতি হাজৰিকা,কাকমাৰী মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক ৰমানন্দ গোস্বামী,প্ৰধান শিক্ষয়িত্ৰী মীনা মহন্ত,হাতীচোং মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক নেকিবুৰ ৰহমান আদিয়ে সাম্প্ৰতিক সময়ত যোগৰ প্ৰয়োজনীয়তাৰ ওপৰত বিস্তৃত বক্তব্য ৰাখে।যোগ প্ৰশিক্ষক বিমানৰঞ্জন মেধি আৰু ৰুমি হাজৰিকাৰ ঐকান্তিক প্ৰচেষ্টাত গঢ়ি উঠিছে এই যোগ কেন্দ্ৰটি ।

“আলিবাট প্ৰকাশন”ৰ স্বত্বাধিকাৰী প্ৰাজ্ঞল কুমাৰ মহন্তই সামগ্ৰিক আঁত ধৰা সভাখনিত বিশিষ্ট কবি কেশৱ বৰা,অৱসৰপ্ৰাপ্ত অভিযন্তা বিষ্ণু বৰা,ৰাষ্ট্ৰীয় যোগ বিচাৰক বিচিত্ৰৰঞ্জন বৰা,সংবাদকৰ্মী প্ৰিয়ংকা দেৱী,সমাজ সংগঠক মহীন্দ্ৰ মহন্ত,টিকেন মেধি,শিৱ প্ৰসাদ মহন্ত,চন্দ্ৰ শৰ্মা,বকুল মহন্ত, দিপু ডেকা আদি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে । সভাখনত ক্ষিৰোদ মহন্তই গীত পৰিবেশনে উপস্থিত সকলোকে আপ্লুতকৰে । উল্লেখ্য যে,খালৈগাঁৱৰ অঞ্চলবাসী উপকৃত হ’ব পৰাকৈ এই যোগ কেন্দ্ৰটো স্থাপন কৰাৰ বাবে গ্ৰামাঞ্চলটোৰ ৰাইজে উদ্যোক্তাসকলক প্ৰশংসা কৰিছে।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

হাজোত বানপীড়িত অঞ্চলৰ দূৰ্গতক উদ্ধাৰৰ বাবে নাওঁৰ ব্যৱস্থা গ্ৰহন বিধায়িকা সুমন হৰিপ্ৰিয়াৰ

হাজোৰ বান পৰিস্থিতি কিছু অঞ্চলত কিছু উন্নত হৈছে যদিওঁ কেতবোৰ স্থানত এতিয়াও পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। বহু লোকে সুৰক্ষিত স্থানত অৱস্থান কৰিব নোৱাৰাত দুৰ্বিহ জীৱন অতিবাহিত কৰিব লগীয়া হৈছে।পানীৰ মাজতেই ককবকাই বিনিদ্ৰ ৰজনী অতিবাহিত কৰা সেই সকল বানাক্ৰান্ত লোকক উদ্ধাৰৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বিধায়িকা সুমন হৰিপ্ৰীয়াই। বিশেষকৈ মনাহকুছি ,ভোমাৰবড়ি,কুলহাটী, কঞা আদি ভিন্ন প্ৰান্তত দূৰ্গত লোক সকলক উদ্ধাৰৰ বাবে নাওঁৰ ব্যৱস্থা গ্ৰহণ কৰি সকাহ দিয়াৰ পদক্ষেপ লৈছে বিধায়িকাই।

প্ৰতিটো দিনেই বিধায়িকা সুমন হৰিপ্ৰিয়াই আৰ্তজনৰ কাষত থিয় হৈ ভিন্ন প্ৰকাৰে সহায় সহযোগ আগবঢ়োৱাত সচেতন মহলে বিধায়িকাগৰাকীক শলাগ লোৱা পৰিলক্ষিত হৈছে।আনহাতে বিধায়িকা গৰাকীৰ একক প্ৰচেষ্ঠাতো বানপীড়িত সকলক খাদ্য সামগ্ৰী বিতৰণ কৰি এক মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ।সমান্তৰালভাৱে হাজো সমষ্টিৰ বালিসত্ৰত কাল বিধ্বংসী বানত কিছুদিন আগত প্ৰাণ হেৰুওৱা প্ৰয়াত জ্যোতি প্ৰসাদ কলিতাৰ বাসগৃহত আজি বিধায়িকা সুমন হৰিপ্ৰিয়া উপস্থিত হৈ পৰিয়ালৰ লগত শোকাবিহ্বল হৈ পৰে । লগতে মৰ্মান্তিক ঘটনাত গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে বিদেহ আত্মাৰ সদগতি কামনা কৰে বিধায়িকা গৰাকীয়ে।

Modi @20 Dreams Meet Delivery শীৰ্ষক গ্ৰন্থখন উন্মোচন….

0

আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত Modi @20 Dreams Meet Delivery শীৰ্ষক গ্ৰন্থখনৰ ৰাজ্যিক ভিত্তিত হোৱা উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা ।

যোৱা ২০ বছৰত প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী সবল নেতৃত্বত আমাৰ দেশখনে উন্নয়নৰ দিশত কেনেদৰে অগ্ৰগতি লাভ কৰিছে, তাৰ এক অগ্ৰণী উদাহৰণ হৈছে এই গ্ৰন্থখন। গ্ৰন্থখনে পঢ়ুৱৈ সমাজক মোদীৰ দূৰদৰ্শী নেতৃত্বৰ বিষয়ে অধিক জানিবলৈ সহায় কৰিব বুলি কয় গুৱাহাটী : আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত Modi @20 Dreams Meet Delivery শীৰ্ষক গ্ৰন্থখনৰ ৰাজ্যিক ভিত্তিত হোৱা উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই ।

২৭ জুনত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল:এইকেইটা ৱেবছাইটত পাব ফলাফল

২৭ জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল।২৭ জুনৰ পুৱা ৯ বজাত ঘোষণা কৰা হ’ব ফলাফল।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে সদৰি কৰে এই কথা। সকলো পৰীক্ষাৰ্থীলৈকে শুভেচ্ছা বাৰ্তা যাচিছে মুখ্যমন্ত্ৰীয়ে।

এইকেইটা ৱেবছাইটত চাব পাৰিব ফলাফল—-

sebaonline.org
resultsassam.nic.in
results.shiksha
assamresult.in
assamresult.co.in

অম্বুবাচী মেলাত বাবাৰূপী চোৰৰ সন্ত্ৰাস:মহিলাৰ ডিঙিৰ পৰা কাটি নিছে চেইন

অম্বুবাচী মেলাত বাবাৰূপী চোৰৰ সন্ত্ৰাস।মেলাত বহিঃৰাজ্যৰ চোৰৰ দল কৰায়ত্ত কৰা হৈছে।৫গৰাকী মহিলা আৰু এজন বাবাক আটককৰা হৈছে।ভক্তৰ পৰা চুৰি কৰিছিল সোণৰ চেইন,পইচা।মেলাত পুৰুষৰ বেশত মহিলা চোৰৰ লুটপাত।খোজ কাঢ়ি থকা মহিলাৰ ডিঙিৰ পৰা সৰু সৰু কাটাৰেৰে কাটি নিছে চেইন।

কামাখ্যাত আধা ঘণ্টাৰ ভিতৰতে ৬গৰাকী মহিলাৰ চেইন চুৰি হৈছে।আৰক্ষীয়ে এই দিশত অনুসন্ধান কৰি আজি ধৰা পেলায় ৫গৰাকী মহিলাক।আটাইকেইগৰাকী দাক্ষিণাত্যৰ বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে,অম্বুবাচী মেলাত দৈনিক চুৰিকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল।এগৰাকীৰ পিছত আনগৰাকীৰৰ ডিঙিৰ সোণৰ চেইন চুৰি হৈছে কামাখ্যাত।

পৰী হিলৈদাৰী, ইন্দিৰা বড়ো, সঞ্জীৱ উপাধ্যায়লৈ সাহিত্য অকাদেমিৰ অনুবাদ বঁটা

অসমীয়া সাহিত্যৰ বাবে আন এক সু-খবৰ৷ অসমবাসীক গৌৰৱান্বিত কৰি এইবাৰ সাহিত্য অকাদেমিৰ অনুবাদ বঁটা লাভ কৰিছে পৰী হিলৈদাৰী, ইন্দিৰা বড়ো আৰু ড॰ সঞ্জীৱ উপাধ্যায়ে৷

আজি সাহিত্য অকাদেমি কতৃৰ্পক্ষই প্ৰকাশ কৰা মতে,  ‘মামাং দাই’ নামৰ ইংৰাজী ভাষাৰ উপন্যাসখনৰ অসমীয়া অনুবাদ ‘দাঁতি পাৰৰ মানুহ’ নামৰ গ্ৰন্থখনৰ বাবে পৰী হিলৈদাৰীলৈ এই বঁটা আগবঢ়োৱা হৈছে৷

পৰী হিলৈদাৰী বৰ্তমান গুৱাহাটীস্থিত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা হিচাপে কৰ্মৰত৷ আনহাতে, বড়ো ভাষাত অনুবাদ সাহিত্য বঁটা লাভ কৰা ইন্দিৰা বড়োৱে জয়ন্তী গগৈৰ ‘হিড়িম্বা’ নামৰ অসমীয়া ভাষাৰ উপন্যাসখন বড়ো ভাষালৈ অনুবাদ কৰিছিল৷

মন কৰিব লগীয়া কথা যে এইবাৰ নেপালী ভাষাত অনুবাদ সাহিত্য বঁটা লাভ কৰা ড॰ সঞ্জীৱ উপাধ্যায়ে হোমেন বৰগোহাঞিৰ ‘পিতা-পুত্ৰ’ নামৰ উপন্যাসখন নেপালী ভাষলৈ অনুবাদ কৰিছিল৷

নেপালী ভাষাত প্ৰকাশিত এই অনুবাদ উপন্যাসখনৰ নাম হৈছে বাবু-ছৌৰা৷ উল্লেখযোগ্য যে সাহিত্য অকাদেমিয়ে আজি ২০২১ বৰ্ষৰ অনুবাদ সাহিত্য বঁটাসমূহ ঘোষণা কৰিছে৷

দেশৰ মুঠ ২২টা ভাষাৰ বাবে প্ৰদান কৰা এই বঁটাত আছে ৫০ হাজাৰ টকাৰ লগতে এখন মানপত্ৰ৷

ড॰ সঞ্জীৱ উপাধ্যায়লৈ বিশ্বনাথবাসীৰ অভিনন্দন ঃ বিশ্বনাথ চাৰিআলিৰ নিজা প্ৰতিবেদক ঃ সাহিত্য অকাদেমিয়ে আজি ঘোষণা কৰা অনুবাদ সাহিত্যৰ বাবে বিশ্বনাথৰ গেলাপুখুৰী নিৱাসী তথা ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক ড॰ সঞ্জীৱ উপাধ্যায় সাহিত্য অকাদেমি বঁটা-২০২১ৰ বাবে নিৰ্বাচিত হৈছে৷

ড॰ সঞ্জীৱ উপাধ্যায়ে স্বনামধন্য সাহিত্যিক হোমেন বৰগাহোঞিৰ ‘পিতা-পুত্ৰ’ উপন্যাসখন ‘বাবু-ছাৰো’ নামেৰে নেপালী ভাষালৈ অনুবাদ কৰি এই সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়৷

ড॰ উপাধ্যায়ে ইতিমধ্যে ২০খন পাঠ্যপুথিৰ উপৰি অসমীয়া, নেপালী, ইংৰাজী ভাষাত ২০খনৰো অধিক গ্ৰন্থ ৰচনা কৰিছে৷ বিজ্ঞান বিষয়ক বিভিন্ন লেখাৰ উপৰি সাহিত্যৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা ড॰ সঞ্জীৱ উপাধ্যায়লৈ অনুপম চিন্তন মঞ্চ, বিশ্বনাথ জিলা নেপালী সাহিত্য সভা, বিশ্বনাথ নগৰ নেপালী সাহিত্য সভা আদি দল-সংগঠন আৰু স্থানীয় ৰাইজে অভিনন্দন জনাইছে৷

বি টি আৰত আনন্দৰ লহৰ ঃ কোকৰাঝাৰৰ নিজা বাতৰি দিওঁতা ঃ বড়ো ভাষাত সাহিত্য অকাদেমি অনুবাদ বঁটা লাভ কৰিছে কোকৰাঝাৰ জিলাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বড়ো বিভাগৰ ডীন তথা অধ্যাপিকা ড॰ ইন্দিৰা বড়োৱে৷

উল্লেখযোগ্য যে সাহিত্যিক-গীতিকাৰ তথা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ইন্দিৰা বড়োৱে অসমীয়া ভাষাৰ উপন্যাস ‘হিড়িম্বা’ক বড়ো ভাষালৈ অনুবাদ কৰি ২০২১ বৰ্ষৰ সাহিত্য অকাদেমিৰ অনুবাদ  বঁটাৰ বাবে নিৰ্বাচিত হৈছে৷

এই ক্ষেত্ৰত ইন্দিৰা বড়োৱে উৎফুল্ল হৈ অনুভৱ ব্যক্ত কৰি পিতৃ-মাতৃ আৰু পেহীয়েক সুনীতি বসুমতাৰীৰ সান্নিধ্যত অনুপ্ৰেৰণা পোৱা বুলি মত ব্যক্ত কৰে৷

ইন্দিৰা বড়োৱে ইতিমধ্যে  ৩২খন বিভিন্ন গ্ৰন্থ, উপন্যাস, গল্প সংকলন, কবিতা, চুটি গল্প ,শিশু সাহিত্য আৰু বহুত অনুবাদ গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে৷

কেৱল লিখা-মেলাতে ব্যস্ত থাকি ভালপোৱা ইন্দিৰা বড়োৱে বড়ো, অসমীয়া আৰু হিন্দীত এইপৰ্যন্ত ডেৰ সহস্ৰাধিক গীত ৰচনা কৰাৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পাছত আকাশবাণীত ২৫টা গীত ৰচনা কৰি দিছিল বুলি জনায়৷

উল্লেখযোগ্য যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ইন্দিৰা বড়োৱে বৈবাহিক সূত্ৰে কোকৰাঝাৰ চহৰৰ মাইবং নগৰৰ নিৱাসী তথা কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা সুশান্ত নাৰ্জাৰীৰ পত্নী আছিল৷

Samsung to roll out a monstrous 55-inch Odyssey Ark monitor

0

Samsung is preparing to launch its massive 55-inch Odyssey Ark curved monitor in August, according to a report from Korean outlet ETNews (via SamMobile).
Announced at CES in January, the monitor has reportedly gone through some certification programs that need to be completed before it can go on sale.
Details about this monitor are still scant. The company has said that it’ll have a 16:9 4K panel and that the stand will support pivot, tilt, and rotation. It also announced that it would come out in the second half of 2022 (which the reported August window falls squarely in). But to be honest, when someone shows up with a monitor that promises to physically tower over them while using it, people are bound to pay attention even if one doesn’t announce the price or refresh rate, as per The Verge.

As the months go by, it can be difficult to remember anything from the flood of gadgets and technology. It would be questionable if Samsung actually announced an extremely curved and large monitor that can be stretched over and around someone, or whether it was just a fever dream. Rumours that it might actually be out relatively soon prove that it has indeed been announced and reminds us that we’re looking forward to it.
One thing that adds a bit of credence to the report is that Samsung has successfully released other monitors that it announced around CES this year, as per The Verge.
The much less ambitious M8 monitor has already gone on sale, as has the smaller curved gaming monitor Odyssey Neo G8. While that’s obviously not proof that Ark is next, it’s good to see that Samsung has been shipping its monitors to CES for a long time this year. (ANI)

Assam CM Himanta Welcomes Maharashtra ‘Tourists’

Assam chief minister Himanta Biswa Sarma on Friday sought to downplay the camping of Maharashtra’s rebel Shiv Sena MLAs in his state saying all “tourists” are welcome there.

Sarma also said he has nothing to do with the politics of Maharashtra where the survival of the Uddhav Thackeray-led government is at stake after his party’s MLAs rebelled and are currently camping at a hotel in Guwahati after being flown there in several flights.

“Some people have come to Assam. They booked hotels. I am happy about that. You also come, it will help Assam’s economy. Through this, Assam’s tourism is also getting promoted,” he said after accompanying NDA’s presidential candidate Draupadi Murmu while filing her nominations here at Parliament complex.

Asked about the ongoing political developments in Maharashtra, he said he cannot comment on it as it is a big state.

“How can I comment on Maharashtra. It is a big state. I am happy that people are choosing Assam as a preferred destination,” he said.

Reacting to the claims that his BJP-led government was allegedly ignoring flood relief work and busy hosting the MLAs from Maharashtra, the chief minister said he cannot order closure of hotels in the Assam capital due to floods in some parts of the state.

“I don’t know what kind of mindset these people have. Should I shut down Guwahati’s hotels because there is flooding in some parts of the state? We are providing relief to the flood affected people. How can I shut the hotels in Guwahati? If tomorrow, you decide to come and stay in a hotel in Guwahati for 10 days, as a CM, should I say that you should not come,” he said.

“We have spent so much money to promote tourism, (we say) visit Kamakhya, visit Kaziranga, now, should I stop those who have come to Assam,” he added.

When asked whether the Shiv Sena MLAs were kept as a “hostage” in Assam, Sarma said: “What kind of hostage? They are in a hotel. They are happy. They are our guests. Generally we just see whether everyone visiting Assam is comfortable.”

Asked about West Bengal chief minister Mamata Banerjee’s offer that the Maharashtra MLAs should come to her state, Sarma shot back, saying Banerjee wanted to take away the “Lakshmi” which came to Assam.

“There is always competition between Assam and Bengal on tourism. Mamata di wanted to take away the ‘Lakshmi’ which came to my place. If they go to Bengal, Bengal will get the GST. I want to tell Mamata di that those who want to come to Assam, at least spare them. Don’t take them away. Yours is a big state,” he said.

Assam’s Tapan Kumar Deka Made IB Chief

Tapan Kumar Deka, the “crisis man” who was put in charge of the counter-assaults during the 26/11 Mumbai attack, was on Friday appointed the director of the Intelligence Bureau (IB) while the tenure of Samant Goel, who has been heading the Research and Analysis Wing (R&AW), has been extended by one more year.

Deka, who has been handling the operations wing of the IB, takes over as the new chief for a tenure of two years, according to an official order issued by the Personnel Ministry. He is a 1988 batch officer from the Himachal Pradesh cadre.

He takes over from Arvinda Kumar, who will demit office on June 30 after getting a one-year extension last year.

The fate of A S Rajan, a 1987 batch IPS officer, special director in IB, whom Deka has superseded, was not known yet. He has a service tenure till February next year.

The other special director Swagat Das was shifted on Thursday and posted as special secretary (Internal Security) in the Union Home Ministry.

The tenure of Samant Goel, who has been heading the Research and Analysis Wing (R&AW), has been extended by one more year, the ministry said in another order. With this, Goel is the third R&AW chief who has got a tenure of more than three years.

Earlier R N Kao, the founder chief of RAW served the agency for nine years followed by N F Suptnook who was at the helm of affairs for six years.

Deka, considered to be an expert on the affairs of operations, especially in Kashmir as well as the Northeast, currently heads the operations wing of the IB, which he has been serving for over two decades.

He has a vast experience about terrorists and Islamic radicalisation in the country and had led the operations against the terror group Indian Mujahideen, which created mayhem through a series of bombings and other subversive activities across India in the 2000s.

Deka, who hails from Assam, was personally sent by Union Home minister Amit Shah to his home state to handle the volatile situation that arose following the large-scale violence that rocked Assam after the enactment of the Citizenship Amendment Act in 2019.

Off-late, he has been the go-to man for the government on the affairs of Jammu and Kashmir as he has vast experience in handling Pakistan-sponsored terrorism in the sensitive Union Territory.

Goel, a 1984 batch IPS officer of Punjab cadre, was first appointed as R&AW head in 2019 for two years. He was given an extension for one year in 2021 and again now for another year.

He is believed to have played a key role in planning the February 2019 surgical air strikes at Balakot in Pakistan that were carried out to avenge the Pulwama terror attack which killed 40 CRPF personnel.

Besides, Goel is considered an expert on the situation in Kashmir.

Stretches Of Indo-Bangla Border Fencing Damaged Due To Meghalaya Floods: BSF

Stretches of the India-Bangladesh border fencing have been damaged due to floods in Meghalaya but a tight vigil is being maintained, BSF officials said on Friday.

Heavy rain-triggered flash floods in Meghalaya have caused extensive damage to roads and other major civilian infrastructure, prompting chief minister Conrad K Sangma to seek Rs 300 crore relief and rehabilitation package from the Centre.

Several BSF officials PTI spoke with confirmed that some stretches of the border fencing have been damaged because of the deluge.

“BSF is dominating all the stretches where the border fencing has been damaged and 24/7 vigil is being maintained using force multipliers,” a senior official of the paramilitary force said.

Residents of some bordering villages in South West Garo Hills and South Garo Hills districts claimed that the fencing was damaged along riverine stretches.

Around 80 per cent of the 443-km-long international border with Bangladesh in Meghalaya is fenced.

error: Content is protected !!