Site icon Guwahati Times

২০২৫ চনত কপাল ফুলিব এইসমূহ ৰাশিৰ জাতক-জাতিকাৰ! মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ চাওক ২০২৫ বৰ্ষৰ ৰাশিফল

নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে আৰম্ভ হৈছে ধন যোগ। ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা কিছু ৰাশিৰ বাবে সৌভাগ্যৰ চকৰী ঘূৰিব। আপোনাৰ ৰাশি কি? বিচাৰি উলিৱাওক আপোনাৰ ৰাশিৰ বিপৰীতে কি আছে নতুন দিনত?

নতুন বছৰত গ্ৰহসমূহে নিজৰ অৱস্থান সলনি কৰিছে। গতিকে প্ৰতিটো ৰাশিৰ ওপৰত তেওঁলোকৰ প্ৰভাৱো নতুন বছৰত পৰিবৰ্তন ঘটিছে। চিন্তা নকৰিব, আপোনাৰো ভাল দিন আহিব। শুভকামনা থাকিল, আপোনাৰ জীৱনো সমৃদ্ধি হৈ উঠক।

২০২৫ চনৰ জানুৱাৰী মাহৰ প্ৰথম দিনটোত মকৰ ৰাশিত প্ৰৱেশ কৰিব চন্দ্ৰই। ইতিমধ্যে মংগল গ্ৰহই তাত অৱস্থান কৰি আছে। এই দুটাৰ সংমিশ্ৰণৰ বাবে মকৰত ধন যোগৰ উপস্থিতি দেখা যায়।

এই সংমিশ্ৰণে ধন যোগৰ সৃষ্টি কৰিবলৈ গৈ আছে। যিটো ডেৰ-দুই দিনলৈ অতি প্ৰভাৱশালী হ’ব। ইয়াৰ বাবেই একাংশ ৰাশিৰ লোকৰ জীৱন ধন-সম্পত্তিৰে উপচি পৰিব।

বৃষ ৰাশিঃ ধনযোগে এইবাৰ বৃষ ৰাশিৰ বাবে মহান ভাগ্য কঢ়িয়াই আনিব। এই পৰিমাণৰ দীৰ্ঘম্যাদী ধন বৃদ্ধিৰ সম্ভাৱনা আছে। এই যোগ এই ৰাশিৰ লোকৰ বাবে নতুন চাকৰি আৰম্ভ বা চাকৰিত প্ৰৱেশৰ বাবে ভাল সময়। বৃষ ৰাশিয়ে উপাৰ্জনৰ নতুন উৎস বিচাৰি পাব এই বছৰত। কিন্তু ঋণ লোৱাত সাৱধান হওক। ভ্ৰমণৰ বাবেও ভাল সময়।

বৃশ্চিক ৰাশি : বৃশ্চিক ৰাশিৰ বাবেও বহুত ভাল সময় আহি আছে। ধন যোগৰ প্ৰভাৱৰ বাবে নতুন বছৰত খৰচ কমি যাব। ডাঙৰ চাকৰিৰ সুযোগ। উন্নতিৰ সম্ভাৱনা। পৰিয়ালৰ সহায় লওক।

ধনু ৰাশিঃ ধন যোগে ধনু ৰাশিৰ সৌভাগ্যও মুকলি কৰিব। টকা আহিব। ভাল খবৰ পাব। পাৰিবাৰিক সমৃদ্ধি আহিব। সম্পৰ্কবোৰ উন্নত হ’ব। কিন্তু বুজাবুজিৰে কথা কোৱাৰ অভ্যাস কৰক, নহ’লে কৰ্মক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

Exit mobile version