Site icon Guwahati Times

সম্পূৰ্ণ হোৱাৰ পথত NHPCৰ গেৰুকামুখ জলবিদ্যুৎ প্ৰকল্প

২০২৪ৰ আৰম্ভণিতে আৰম্ভ হ’ব পাৰে বিজুলী উৎপাদন। ২১০ মিটাৰ উচ্চ নদীবান্ধৰ কামৰ লগতে ইতিমধ্যে সম্পূৰ্ণ হৈছে প্ৰকল্পটোৰ ৯০ শতাংশ কাম।

২০২৩-২৪ৰ শেষৰ ফালে বিদ্যুৎ উৎপাদনৰ লক্ষ্য NHPCৰ

🔴 প্ৰায় সম্পূৰ্ণ হৈ উঠিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প

🔴 নদীবান্ধৰ ১১৬ মিটাৰ উচ্চতালৈ সম্পূৰ্ণ হৈছে নিৰ্মাণকাৰ্য

🔴 বিবৃতিযোগে এইকথা ঘোষণা NHPC কৰ্তৃপক্ষৰ

🔴 ৯০ শতাংশতকৈও অধিক সম্পূৰ্ণ হৈছে প্ৰকল্প নিৰ্মাণৰ কাম

🔴 বাৰিষাৰ পিছত সম্পূৰ্ণ হ’ব ৰেডিয়েল গেটৰ কামো

🔴 ৰেডিয়েল গেটৰ কাম হোৱাৰ পিছতেই আৰম্ভ হ’ব বিদ্যুৎ উৎপাদন

🔴 ২০২৩-২৪ৰ শেষৰ ফালে বিদ্যুৎ উৎপাদনৰ লক্ষ্য NHPCৰ

Exit mobile version