Site icon Guwahati Times

মেট্ৰিক-হায়াৰ ছেকেণ্ডাৰীত নাথাকিব শীর্ষ ১০টা স্থান

ক’ৰ’না ভাইৰাছৰ বাবে বাতিল হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ মূল্যাংকন সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

শিক্ষা বিভাগে গঠন কৰা দুয়োখন কমিটিয়ে পৰীক্ষাৰ মূল্যাংকন  সন্দৰ্ভত লৈছে বিশেষ সিদ্ধান্ত।মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীত নাথাকিব শীর্ষ ১০টা স্থান।ছাত্ৰ- ছাত্ৰীৰ সুবিধাৰ বাবে এই ব্যৱস্থা লোৱাৰ কথা জানিবলৈ দিয়ে কমিটি দুখনে।

মেট্ৰিক পৰীক্ষাৰ মূল্যাংকনৰ বাবে ডঃ অলক বুঢ়াগোহাঁইৰ অধ্যক্ষতাত  গঠন কৰা কমিটিয়ে মুল্যাংকনৰ প্ৰতিবেদন শিক্ষা বিভাগক দাখিল কৰাৰ বাবে সাজু হৈছে।

Exit mobile version