NRC ত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি

1 min read

NRC ত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা আৰু এটা পৰিয়ালক একাধিকবাৰ শুনানী গ্ৰহণৰ বাবে জাননী প্ৰেৰণ কৰি শাৰীৰিক , মানসিক আৰু অৰ্থনৈতিক ভাবে হাৰাশাস্তি কৰা কাৰ্য্য বন্ধ কৰাক লৈ উত্তৰ পূব ভাৰত এমাৰতে শ্বৰীয়ত ও নদুৱাতত তামীৰ সংবাদমেল ৷
Padum Bhuyan Report- Guwahati Times Media

You May Also Like

More From Author