Site icon Guwahati Times

নুমলীগড় শোধানাগাৰৰ হাইড্ৰ’কাৰ্বন গোটত ভয়ংকৰ অগ্নিকাণ্ড!

নুমলীগড় শোধানাগাৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। গোলাঘাট জিলাৰ নুমলীগড় ৰিফাইনেৰী লিমিটেডত (এন আৰ এল) এই অগ্নিকাণ্ডৰ ঘটনা ঘটে।জুই লগাৰ খবৰ পোৱাৰ পিছতে এনআৰএলৰ অগ্নি তথা সুৰক্ষা বিভাগৰ কৰ্মচাৰী আৰু অগ্নি নির্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নুমুৱাবলৈ অভিযান আৰম্ভ কৰে ৷

অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । অগ্নিকাণ্ডৰ কাৰণ উদ্ঘাটন কৰিবলৈ প্ৰাথমিক তদন্ত আৰম্ভ হৈছে। ক্ষতিৰ পৰিমাণ এতিয়াও জানিব পৰা হোৱা নাই বুলি অধিকাৰীয়ে প্ৰকাশ কৰে।

Exit mobile version