Site icon Guwahati Times

কি খায় ভাল পায়, ভাত নে ৰুটি ? জানেনে আমি খোৱা খাদ্যত কিমান কেলৰি থাকে…

Obesity, unhealthy weight. Nutritionist inspecting a woman's waist using a meter tape to prescribe a weight loss diet

ক্রমশ আপোনাৰ ওজন বাঢ়ি গৈছে নেকি? হাজাৰ চেষ্টাৰ পাছতো কি শকত হৈ গৈছে নেকি? তেন্তে কি কৰিব ! কি খাব কি নাখাব তাক লৈ বিবুধিত পৰিছে নেকি!

জানেনে আমি খোৱা দৈনন্দিন খাদ্য তালিকাৰ খাদ্যত কিমান কেলৰি থাকে আৰু শৰীৰৰ চাহিদা অনুযায়ী সেই খাদ্য কিমান উপযুক্ত। জানো আহক সবিশেষ

১) এক প্লেট ভাতত (অর্থাৎ, প্রায় ৮০ গ্রাম) প্রায় ২৭২ কেলৰি থাকে।

২) ২০ ৰ পৰা ২৫ গ্রাম আটাৰে তৈয়াৰী এটা ৰুটিত থাকে প্রায় ৭০ কেলৰি।

৩) একাপ গাখীৰ চাহত (অর্থাৎ, প্রায় ৩০ মিলিলিটাৰ গাখীৰ, ২ চামুচ চেনি দি তৈয়াৰী একাপ গাখীৰ চাহত থাকে প্রায় ৩৭ কেলৰি। গাখীৰ আৰু চেনিৰ পৰিমাণে তাৰতম্য কেলৰি পৰিমানো সালসলনি ঘটে।

৪) ১০ গ্রাম ময়দা দি তৈয়াৰী ১ টা লুচিত থাকে প্রায় ১২৫ কেলৰি।

৫) ঘি আৰু চেনি দি তৈয়াৰী সৰু এবাটি ছুজিৰ হালুৱাত থাকে প্রায় ৩৭৯ কেলৰি।

৬) আলুৰে ভৰা একোটা চিঙৰাত থাকে প্রায় ১২৩ কেলৰি।

৭) এটা আলুৰ পৰাঠাত থাকে প্রায় ২১০ কেলৰি।

Exit mobile version