Guwahati Times

নগাঁৱত আৰু এজনৰ কোভিড-১৯ পজিটিভ

নগাঁৱত আৰু এজনৰ কোভিড-১৯ পজিটিভ ।

আক্ৰান্ত গৰাকী নিজ ধিং সূতাৰ গাঁৱৰ নাজিবুৰ হুছেইন।

বটদ্ৰৱাৰ শংকৰদেৱ বিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত আছে নাজিবুৰ।

চেন্নাইৰ পৰা আহিছিল নাজিবুৰ ।

Exit mobile version