Site icon Guwahati Times

EMPLOYMENT EXCHANGE-ত অনলাইনযোগে কৰিব পাৰিব পঞ্জীয়ন

নিবনুৱা যুৱক-যুৱতীসকলে এতিয়াৰে পৰা নিয়োগ বিনিময় কেন্দ্ৰলৈ (Employment Exchange Centre)নোযোৱাকৈ অনলাইন যোগে পঞ্জীয়ন কৰিব পাৰিব।

বুধবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰে। এই বিষয়ে আজি এখন সংবাদমেলত প্ৰকাশ কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই।

Exit mobile version