Guwahati Times

মুকলি হ’ল নৱ-নিৰ্মিত গণেশগুৰি উৰণীয়া সেতু

আজি মুকলি কৰা হ’ল নৱ-নিৰ্মিত গণেশগুৰি উৰণীয়া সেতু। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰে উৰণীয়া সেতুখন। মহা ষষ্ঠীৰ দিনাই গুবাহাটীবাসীলৈ উপহাৰ। মহানগৰীৰ যান-যট সমস্যা দুৰ কৰাত এই উৰণীয়া সেতুখনে নিশ্চয়কৈ প্ৰভাৱ পেলাব। মাত্ৰ ১৯ মাহতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তোলা হৈছে। উৰণীয়া সেতুত উদ্ভাসিত হৈছে অসমৰ বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতি।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাইজলৈ উৰ্চগা কৰে উৰণীয়া সেতুখন। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সিদ্ধাৰ্থ ভট্টাচাৰ্য।

 

 

 

Exit mobile version