Palash Changmai : Exclusive : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে "ধিক্কাৰ দিৱস" পালন কৰিছিল — Guwahatitimes.com

Palash Changmai : Exclusive : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে “ধিক্কাৰ দিৱস” পালন কৰিছিল

সোমবাৰে গুৱাহাটী ক্লাৱৰ সন্মুখত আয়োজিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে “ধিক্কাৰ দিৱস” পালন কৰিছিল। সেই ধিক্কাৰ দিৱসতে উত্থাপন হৈছিল স্বাধীন অসমৰ প্ৰসংগ। তাৰ পাছতেই বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেন গোহাঁই, জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্ত আৰু কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে লতাশিল আৰক্ষী থানাই নিজাববীয়াকৈ আজি দেশদ্ৰোহীতাৰ গোচৰ ৰুজু কৰিছিল। দেশৰ বাবে মাত মতা মানুহৰ বিৰুদ্ধে দেশদ্ৰোহীতাৰ গোচৰ নিশ্চয়কৈ ভূৱা গোচৰ হ’ব।” সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ। গুৱাহাটীৰ পৰা দিপাঞ্জলী শৰ্মাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!