লাহৰীঘাটত চাৰিজন ছাইবাৰ অপৰাধীক প্ৰেপ্তাৰ

1 min read

মৰিগাঁও জিলাৰ  লাহৰীঘাট আৰক্ষীৰএক সফলতা । লাহৰীঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি লাহৰীঘাটৰ নগাবান্ধা গাঁৱৰ পৰা বহু আপত্তি জনক সামগ্ৰীৰ লগতে চাৰি গৰাকী ছাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত অপৰাধী কেইজন হৈছে গৰৈমাৰী গাঁৱৰ ৰাজিবুল ইছলাম (২৭) , ইনজামুল হক (২১), ৰাকিব আলম (২১) , ছফিকুল ইছলাম (৩২)। ধৃত অপৰাধী কেইজনৰ পৰা আৰক্ষীয়ে বেংক পাচবুক, ছিম কাৰ্ড, পেন কাৰ্ড, আধাৰ কাৰ্ড, এ এটি এম , আৰু মোবাইল জব্দ কৰিবলৈ সক্ষম হয় । সম্প্ৰতি লাহৰীঘাট আৰক্ষী য়ে   ধৃত  Cyber অপৰাধী ৪ জনৰ বিৰুদ্ধে ৩৫৫/২১ US ১২০( B)৪১৯/৪২০/৪৬৮/৪৭১/৪০৯ IPC, R/W Sec.৬৬(C) ৬৬ (D)IT Act ৰ অধীনত গোচৰ ৰুজু কৰি চাৰি অপৰাধীক জেললৈ প্ৰেৰণ কৰে।

You May Also Like

More From Author