31.2 C
Assam
Saturday, October 1, 2022

Featured News

Meghalaya CM Virtually Inaugurates 50 Upgraded Schools

Meghalaya chief minister Conrad K Sangma virtually...

Assam CM inaugurates new flyover in Guwahati

Assam Chief Minister Himanta Biswa Sarma on...

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু,উত্তপ্ত পৰিস্থিতি

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু, উত্তপ্ত পৰিস্থিতি।...

কোকৰাঝাৰৰ ভোমৰাবিল গাঁৱত উপস্থিত BTR প্ৰধান প্ৰমোদ বড়ো; কিন্তু কীয় ?

Assamese Newsকোকৰাঝাৰৰ ভোমৰাবিল গাঁৱত উপস্থিত BTR প্ৰধান প্ৰমোদ বড়ো; কিন্তু কীয় ?

গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত ১নং ভোমৰাবিল গাঁৱত আজি এখন সভা অনুষ্ঠিত হয়।

গাওঁখনত এখন উপযুক্ত দলং নথকাত বিগত ৩০ বছৰ ধৰি সংকট জনক অৱস্থাত যাতায়াত কৰিব লগা হৈছে স্কুলীয়া ছাত্ৰ ছাত্ৰী তথা স্থানীয় ৰাইজ ।

উল্লেখ যে যোৱা মে মাহৰ ১১ তাৰিখত হঠাৎ দলংখন ভাঙি পৰি দুজন ব্যক্তি আহত হৈছিল। আজি ভোমৰাবিল গাওঁত প্ৰমোদ বড়োৱে উপস্থিত হৈ তিনি মাহৰ ভিতৰত আধাৰশিলা স্থাপন কৰাৰ লগতে দলংখন ২০২২ চনৰ ভিতৰতে নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে প্ৰমোদ বড়োয়ে।

সভাত বিটিআৰৰ কায্যবাহী সদস্য- উকিল মুছাহাৰী,কায্যবাহী সদস্য উইলচন হাছদা,ৰেওৰেওৱা নাৰ্জাহাৰী, এম চি এল এ সজল সিংহৰ লগতে বিভিন্ন পয্যায়ৰ নেতা কৰ্মী সকল উপস্থিত আছিল।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: