Site icon Guwahati Times

Protest at LATASHIL PLAYGROUND, Guwahati

Protest at LATASHIL PLAYGROUND, Guwahati.

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজি আছুৰ লগতে ৩০টা জনগোষ্ঠীয় সংগঠনৰ বজ্ৰনিনাদ। লতাশিল খেলপথাৰত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ৩০ সংগঠনে। কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ’ব বুলি হুংকাৰ সংগঠনসমূহৰ। জাতিৰ সংকটকালত ঐক্যবদ্ধভাৱে যুঁজাৰ সংকল্প।

Exit mobile version