Prsident Of India, congratulates Hima Das for her victory

অসম কন্যা হিমা দাসৰ সাফল্যত সমগ্ৰ দেশবাসী গৌৰমবিত্ব হোৱাৰ লগতে উৎফুল্লিত হৈ পৰিছে। দেশৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অসমীয়া ভাষাত টুইট কৰি হিমা দাসলৈ শুভেচ্ছা জনায়।

Leave a Reply

Your e-mail address will not be published. Required fields are marked *