Site icon Guwahati Times

হোজাই চহৰৰ গাৰ্লছ হোষ্টেলত প্ৰৱেশ কৰি মহিলাৰ পোছাক চুৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ৰাজকুমাৰ!

হোজাই চহৰৰ গাৰ্লছ হোষ্টেলত প্ৰৱেশ কৰি মহিলাৰ পোছাক চুৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ অমৰ ৰাজকুমাৰ ৷

লংকা থানাৰ অন্তৰ্গত উদালীৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

Exit mobile version