Site icon Guwahati Times

ৰঙিয়াৰ তুলসীবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

থিতাতে নিহত দুই বাইক আৰোহী

এজন গুৰুতৰভাৱে আহত

মৃত যুৱক দুজন হৈছে তুলসীবাৰী মাহতলীৰ সঞ্জু দাস আৰু ৰিমন বিশ্বাস

দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ ৰাইজৰ

দুৰ্ঘটনাত পতিত বাইক দুখনৰ নম্বৰ ক্ৰমে AS-25-U-5701 আৰু AS-25-L-9647

ৰিজাউল হাচান,ৰঙিয়া

Exit mobile version