Site icon Guwahati Times

কালীপূজাৰ সন্ধিয়া মা লক্ষ্মীৰ পূজা কৰিব? জানি লওক শুভ সময়, কি কৈছে পঞ্জিকাই?

প্রথমে অলক্ষ্মী বিদায় করে তার পর পূজিতা হন দেবী লক্ষ্মী৷ দীপান্বিতা লক্ষ্মীপুজো নামেই এই আরাধনা পরিচিত৷

দীপাৱলী আহি আছে। পালিত হ’ব কালীপূজা। কিন্তু এই তিথিত পূজা কৰা হয় গণেশ আৰু মহালক্ষ্মীকো। ক’ৰবাত ক’ৰবাত পূজা কৰা হয় মহাসৰস্বতী আৰু মহাকালীৰ।

বহু লোকে কালী পূজাৰ দিনা লক্ষ্মীপূজা কৰে। প্ৰথমে অলক্ষ্মী বিদায় কৰে, তাৰ পিছত পূজা কৰা হয় দেৱী লক্ষ্মীক।

কালীপূজাৰ অমাৱস্যা তিথিত সন্ধিয়া অৰ্থাৎ প্ৰদোষকাল বা নিশিথকালত দেৱী লক্ষ্মী পূজিত হয়।

পঞ্জিকা মতে, দেওবাৰে অৰ্থাৎ ১২ নৱেম্বৰৰ দুপৰীয়া ২.৪৫ মিনিটত অমাৱস্যা আৰম্ভ হ’ব।

অমাৱস্যা তিথি থাকিব সোমবাৰে দুপৰীয়া ২.৫৬ বজালৈ।

কালী পূজাৰ দিনা প্ৰদোষকাল থাকিব বিয়লি ৫.২৮ বজাৰ পৰা সন্ধিয়া ৮.০৭ বজালৈ।

লক্ষ্মীপূজাৰ বাবে আদৰ্শ সময় প্ৰদোষকাল হ’ল বিয়লি ৫.৩৯ বজাৰ পৰা সন্ধিয়া ৭.৩৩ বজালৈ।

যিসকলে নিশিথকালত লক্ষ্মীপূজা কৰিব, তেওঁলোকৰ বাবে আৰাধনাৰ সময় নিশা ১১.৩৯ বজাৰ পৰা ১২.৩০ বজালৈ।

Exit mobile version