Site icon Guwahati Times

যমজ সন্তান কিয় হয় জানেনে….

Six month old twin boys laughing and smiling

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে। চিকিৎসা বিজ্ঞানৰ ভাষাত এটা শুক্ৰাণুৱে কেৱল এটা সন্তানহে জন্ম দিব পাৰে। ইয়াৰ পিছতো কেনেদেৰ যমজ সন্তানৰ জন্ম হয়। যমজ সন্তানৰ পিছত দুটা শুক্ৰাণু লাগে নেকি তেনেধৰণৰ বহুত প্ৰশ্ন মনত অৱতাৰণা হয়।

কেনেদৰে জন্ম হয় যমজ সন্তানঃ যমজ সন্তান দুই ধৰণৰ সন্তান থাকে। এটা পৰিচয় আৰু আন এটা পৰিচয়বিহীন। চিকিতসা বিজ্ঞানৰ ইয়াক মনোজাইগেটিক, ডাইজাইগেটিক বুলি কয়। সাধাৰণতে মহিলাৰ দেহত এটা ডিম্বাশয় থাকে য’ত শুক্ৰাণুৰ সংযোগ হৈ ভ্ৰুণৰ সৃষ্টি হয়। কিন্তু কেতিয়াবা এটা নহয় দুটা ভ্ৰুণৰ সৃষ্টি হয়।

কিন্তু কেতিয়াবা এনেকুৱাও হয় কোনো মহিলাৰ শৰীৰত এবাৰতেই দুটা ভ্ৰুণৰ সৃষ্টি হয়। যাক বিকশিত কৰিবলৈ দুটা শুক্ৰাণুৰ প্ৰয়োজন হয়। ইয়াৰ জৰিয়তেই দুটা বেলেগ বেলেগ ভ্ৰুণৰ তৈয়াৰ হয়।

বিশেষজ্ঞ সকলৰ মতে এগৰাকী মহিলাই পূৰ্বৰ তুলনাত বৰ্তমান সময়ত ৩০ বছৰ বয়সৰ পিছত বয়সত মাতৃ হ’বলৈ ইচ্ছা প্ৰকাশ কৰে। বিশেষকৈ ৩০ বছৰৰ পিছত মহিলাৰ যমজ সন্তান প্ৰসৱ হোৱা দেখিবলৈ পোৱা যায়। লগতে কৃত্ৰিম ভাৱে সন্তান প্ৰসৱ কৰিলেও যমজ সন্তান হোৱাৰ সম্ভাৱনা থাকে।

এক সমীক্ষা মতে প্ৰতি ৪০টা সন্তান প্ৰসৱৰ সময়ত এটা যমজ সন্তানৰ জন্ম হয়।

Exit mobile version