Site icon Guwahati Times

শনিবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ সামগ্ৰী

শনি গ্ৰহক লৈ বহুতৰে ভয়। শাস্ত্ৰমতে, শনিৰ ৰোষত পৰিলে জীৱনত ঋণাত্মক প্ৰভাৱ পৰে। আনহাতে শনি দেৱতা সন্তুষ্ট হ’লে জীৱনত সাফলতা লাভ কৰাটো সহজ হৈ পৰে৷

কিছুমান সামগ্ৰী শনিবাৰে ক্ৰয় কৰাটো অশুভ বুলি গণ্য কৰা হয়৷ সেই সামগ্ৰীসমূহৰ ভিতৰত আছে :
শনিবাৰে লোহাৰ সামগ্ৰী ক্ৰয় কৰিব নালাগে। যদি লোহাৰ ব্যৱসায় কৰে, তেন্তে শনিবাৰে লোহাৰ বস্তু কিনা-বেচা নকৰিব। তদুপৰি কোনো ধৰণৰ যান-বাহনো ক্ৰয় কৰিব নালাগে শনিবাৰে। ইয়াৰ উপৰি শনিবাৰে ক’লা ৰঙৰ জোতা, বৈদ্যুতিক সামগ্ৰী, ছাটি, সৰিয়হ বা সৰিয়হৰ তেল ক্ৰয় কৰিব নালাগে।

Exit mobile version