Site icon Guwahati Times

অভিনেত্ৰীৰ ভৰিৰ আঙুলি চুপি চৰ্চাত পৰিচালক ৰাম গোপাল বৰ্মা; চাওক ভিডিঅ’

বাতৰিৰ শিৰোনামত পুনৰ ৰাম গোপাল বৰ্মা। কেতিয়াবা যদি ৰাম গোপাল বৰ্মাই তেওঁৰ বক্তব্য সন্দৰ্ভত বিতৰ্কত থাকে কেতিয়াবা নিজৰ কাৰ্যকলাপৰ বাবে আহে চৰ্চালৈ। কিন্তু এইবাৰ এগৰাকী সুন্দৰী যুৱতীৰ সৈতে বিতৰ্কত সোমাই পৰিছে জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতাজনে।

Also Read: বেয়া সময় অহাৰ আগতে ভগৱানে দিয়া ৫ টা সংকেত

চলচ্চিত্ৰ নিৰ্মাতা ৰাম গোপাল বৰ্মাই আজি বিগ বছৰ প্ৰাক্তন প্ৰতিযোগী আছু ৰেড্ডীৰ সৈতে নিজৰ ভিডিঅ’ আৰু ছবি ভাইৰেল হোৱাত চৰ্চালৈ আহিছে।

Also Read: দেউতা হোৱাৰ উচিত বয়স জানি থওঁক লগতে আৰু কিছু পৰামৰ্শ।

ৰাম গোপাল বৰ্মাৰ অভিনেত্ৰীৰ সৈতে এই ছবি আৰু ভিডিঅ’সমূহ অহৰহ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে আৰু অনুৰাগীসকলেও ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এফালে অনুৰাগীয়ে ইয়াৰ বাবে তেওঁক ট্ৰ’ল কৰি থকাৰ বিপৰীতে আনফালে কিছুমানে তেওঁক ভাগ্যৱান বুলিও অভিহিত কৰিছে। আচলতে ৰাম গোপাল বৰ্মাই আছু ৰেড্ডীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ইয়াত তেওঁ অভিনেত্ৰীগৰাকীৰ ভৰিত চুমা খাই থকা দেখা গৈছে। ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ আচৰণ অতি আচহুৱা বুলি বিবেচনা কৰিছে।

Also Read: উচ্চ ইউৰিক এচিডৰ মাত্ৰাই ফোঁপোলা কৰে হাড়

কিয় ট্ৰলৰ টাৰ্গেটত আহিল ৰাম গোপাল বৰ্মা?

এই ভাইৰেল ভিডিঅ’টোত ৰাম গোপাল বৰ্মাই কয় যে তেওঁ মজিয়াত বহি সকলোকে সোঁৱৰাই দিছে যে মহিলাৰ লগত কেনে ব্যৱহাৰ কৰিব লাগে আৰু ভিডিঅ’টোত দেখুওৱা হৈছে যে পৰিচালকে আছু ৰেড্ডীৰ ভৰিত চুমা খোৱাই নহয় ভৰিৰ আঙুলিবোৰ মুখত ভৰাই চুপিছিলো।

Also Read: এই ৬টা কাৰ্য্য কৰিলে ভগৱান শ্ৰী কৃষ্ণক প্ৰসন্ন কৰিব পৰা যায়

Exit mobile version