Site icon Guwahati Times

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী।অসম হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ সূচী প্ৰকাশ অসম মাধ্যমিক শিক্ষা সংসদৰ।১১মে’ৰ পৰা আৰম্ভ পৰীক্ষা।১১ মে’ৰ পৰা ইংৰাজী পৰীক্ষাৰে আৰম্ভ হৈ এই পৰীক্ষা জুনৰ ১ তাৰিখলৈ চলিব।

 

এইবাৰৰ ২০২১ বৰ্ষৰ পৰীক্ষাৰ্থী সকলে ৭০ শতাংশ পাঠ্যক্ৰমৰেই পৰীক্ষাত বহিব।প্ৰতিবছৰে মেট্ৰিক পৰীক্ষা ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হৈ মাৰ্চৰ শেষ সপ্তাহলৈ চলে।এইবাৰ কৰ’নাৰ বাবে সকলো শিক্ষা অনলাইন জৰিয়তে হোৱাত পিছুৱাই দিয়া হৈছিল পৰীক্ষাৰ সময়সূচী।

Exit mobile version