মাছ মাৰিবলৈ বুলি আহি মৃত্যুৰ মুখত পৰিল ধেকিয়াল গাৱঁৰ যুৱক !

0 min read

আজি নিশা কলিয়াবৰ হাটবৰস্থিত ভূটনাথ দেৱালয়ৰ সন্মুখত ঘটিল এক চাঞ্চল্য ঘটনা।
এজনৰ মৃত্যু।
মাছ মাৰিবলৈ বুলি আহি মৃত্যুৰ মুখত পৰিল ধেকিয়াল গাৱঁৰ যুৱক মিলন হাজৰিকা ।
ঘটনাস্থলীত উপস্থিত কলিয়াবৰ আৰক্ষী।
আৰক্ষীয়ে যুৱকজনক কলিয়াবৰ অসামৰিক চিকিৎসায়লৈ প্ৰেৰণ কৰে ।
দলংৰ ওপৰৰ পৰা মাছ মাৰি থাকোতে তলত পৰি মৃত্যু হয় বুলি জানিবলৈ দিয়ে পতক্ষ্যদৰ্শীয়ে ।

You May Also Like

More From Author