Site icon Guwahati Times

মিউজিয়ামত শাৰী-লুঙী থাকে নেকি? শ্বেৰমান আলীক প্ৰশ্ন প্ৰশান্ত ফুকনৰ

মিঞা মিউজিয়ামক লৈ ৰাজ্যজুৰি বিতৰ্ক সৃষ্টি হৈ থকাৰ সময়তে বিধায়ক প্ৰশান্ত ফুকনে উভটি ধৰিলে শ্বেৰমান আলীক। আজি সাংবাদিকৰ আগত তেওঁ কয় যে তেওঁলোক বাংলাদেশৰ পৰা অহা তেওঁলোকে এতিয়া সংৰক্ষণৰ কথা ক’ব আহে। লুঙী শাৰী মিউজিয়ামত থাকে নেকি বুলি প্ৰশ্ন বিধায়কগৰাকীৰ। সাম্প্ৰদায়িকতাৰ কথা আনিবলৈ চেষ্টা কৰিছে এইকথা বোৰ মানি লোৱা নহয়।

ৰিপুণ বৰালৈ আহ্বান বিধায়ক প্ৰশান্ত ফুকনৰ। কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীক নিয়ন্ত্ৰিত কৰক। যদিহে এই বিধায়কগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত তেওঁক চিকিতসা কৰিবলৈ আহ্বান জনালে বিধায়ক ফুকনে।

Exit mobile version