Site icon Guwahati Times

অনা অসমীয়া বহিৰাগতৰ বিৰুদ্ধে শিৱসাগৰত বিশাল প্ৰতিবাদ,শিৱসাগৰৰ ৰাজপথত ৩০ টাকৈ জাতীয় দল-সংগঠনৰ একত্ৰ প্ৰতিবাদ

শিৱসাগৰৰ মাজমজিয়াত ১৩ আগষ্টত বহিৰাগতৰ দলবদ্ধ আক্ৰমনৰ বলি হৈছিল এগৰাকী নাবালিকা ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ।

শ্নীলতা হানিৰ আৰু শাৰিৰীক আক্ৰমণৰ অভিযোগ তুলি ভুক্তভোগীৰ মাতৃয়ে দাখিল কৰিছিল এজাহাৰ।

অভিযুক্ত অৰুণ লাহতী আৰু মনীষ পোদ্দাৰক জেললৈ প্ৰেৰণ।-

বহিৰাগতৰ এই দপদনিৰ বিৰুদ্ধে ক্ষোভিত খিলঞ্জীয়া।

১৩ আগষ্টত শিৱসাগৰৰ বাবুপট্টিত সংঘটিত হোৱা ঘটনাৰ পিছতে শিৱসাগৰত ক্ষোভৰ জুই

১৬ আগষ্টত ৩০ টা জাতীয় সংগঠনে আহ্বান কৰা ৰাজহুৱা সভাত বহিৰাগত তথা অনা অসমীয়াসকলৰ বিপক্ষে লোৱা হৈছিল ১০ টা বৃহৎ প্ৰস্তাৱ।

Exit mobile version